২০২৪-ৰ চৰকাৰী ঘৰ আবেদন চলি আছে, কেনেকৈ আবেদন কৰিব !

আপোনালোকে যদি এতিয়া লৈকে PM Awas Yojana ৰ অধিনত চৰকাৰৰ পৰা ঘৰ পোৱা নাই। তেন্তে অতি সুন কালে PM Awas Yojana 2024 আবেদন কৰক । আপোনালোকে কত কেনেকৈ কৰিব আৰু কি কি প্ৰমান পত্ৰ প্ৰয়োজন হব সকলো বোৰ তথ্য আমাৰ তলতদিয়া প্ৰবন্ধটোত উল্লেখ কৰা হৈছে।জানিবলৈ প্ৰবন্ধতি সম্পুৰ্ণকৈ পঢ়ক।

PM Awas Yojana কি

PM Awas Yojana 2016 চনত আৰাম্ভ হৈছিল ।এই আচুনিৰ লক্ষ্য হৈছে সকলো দৰিদ্ৰ পৰিয়ালক এটাকৈ পকিঘৰ নিৰ্মান কৰি দিয়া ।ঘৰ সমুহৰ নিম্নতম আকাৰ 25 বৰ্গ মিটাৰ আৰু যত পৰিস্কাৰ পৰিচ্ছন্নতাৰে ৰন্ধা বঢ়াৰ বাবে নিদিশ্ট ঠাই থীকিব।এই আচুনিৰ অধিনত 2022 চনৰ লৈকে 200 কৌতি ঘৰ নিৰ্মান সম্পুৰ্ণ হৈছে।

PM Awas Yojana 2024 আচুনিৰ আধিনত হিতাধিকাৰিয়ে আধাৰ কাৰ্ড সংযোগ থকা বেংক একাৱনত পোন পতিয়াকৈ ধন লাভ কৰিব।লাভ কৰিব লগিয়া ৰাজ সাহাৰ্য্যৰ ধনৰ পৰিমান হৈছে 120000 টকা। তলত আবেদন কৰা লিংক দিয়া হৈছে তাতে ক্লিক কৰিব আবেদন কৰক

PM Awas Yojana 2024 ঘৰ কোনে পাব !

  • আবেদন কৰিৰ পুকি ঘৰ থাকিব নালাগিব।
  • দান বৰঙনিৰে জীবন নিৰ্বাহ কৰা লোকে পাব।
  • আবেদন কাৰিৰ তিনি বা চাৰি চুকিয়া বহনথাকিব নালাগিব
  • পৰিয়ালৰ কোনো সদস্যৰ চৰকাৰি চাকৰি থাকিব নালাগিব।
  • বছৰিকিয়আ আয় 50000টকাত কৈ কম হব লাগিব।

কিকি নখি পত্ৰ প্ৰয়োজন হ’ব ?

  • আধাৰ কাৰ্ড
  • হিতাধিকাৰিৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ শপতনামা।
  • জব কাৰ্ড
  • বেংক একাউন্ট
  • স্বচ্ছ ভাৰত মিচনৰ নম্বৰ

ফ্রম Download কৰিবলৈ তলত ক্লিক কৰক

Apply Now

Leave a Comment