ছোৱালীয়ে কেতিয়া নিজৰ ইচ্ছামতে সকলো কাপোৰ খুলি পেলায় ?

যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দেশৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণে প্ৰস্তুতি চলায়। বিশেষকৈ সাধাৰণ জ্ঞানৰ লগতে শেহতীয়া পৰিঘটনা আৰু সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়েও জনা উচিত। কিন্তু সাক্ষাৎকাৰত প্ৰাৰ্থীসকলৰ বুদ্ধিমত্তা পৰীক্ষা কৰিবলৈও কিছু প্ৰশ্ন কৰা হয়। যদিও বহুতে নাৰ্ভাছ হৈ পৰে, কিন্তু শীতল মূৰেৰে ভাবিলে সহজেই উত্তৰ দিব পাৰি। এবাৰ চাওঁ আহক।

১) প্ৰশ্ন : সৌৰজগতৰ কোনটো গ্ৰহক “মৰ্নিং ষ্টাৰ” বুলি কোৱা হয়?
উত্তৰ : শুক্ৰ।

২) প্ৰশ্ন : প্ৰতি বছৰে বিশ্ব পৰিবেশ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ ৫ জুন।

৩) প্ৰশ্ন : ভাৰতীয় গণিতৰ ৰাজকুমাৰ কাক কোৱা হয়?
উত্তৰঃ শ্ৰীনিবাস ৰামানুজন।

৪) প্ৰশ্ন : ভাৰতৰ কোনখন চহৰক “পাৰ্ল চিটি” বুলি কোৱা হয়?
উত্তৰঃ হায়দৰাবাদ।

৫) প্ৰশ্ন : অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয়ৰ নাম কি?
উত্তৰঃ অভিনৱ বিন্দ্ৰা।

৬) প্ৰশ্ন : gambit আৰু stalemate শব্দ দুটা কোনটো খেলৰ লগত জড়িত?
উত্তৰ : দবা।

৭) প্ৰশ্ন : বিখ্যাত নাটক “ৰোমিঅ’ আৰু জুলিয়েট” কোনে লিখিছিল?
উত্তৰ : উইলিয়াম শ্বেক্সপীয়েৰ।

৮) প্ৰশ্ন : কোকো দ্বীপপুঞ্জ কোন সাগৰত অৱস্থিত?
উত্তৰঃ বংগ উপসাগৰ।

৯) প্ৰশ্ন : URL ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ: ইউনিফৰ্ম ৰিচ’ৰ্চ লকেটৰ।

১০) প্ৰশ্ন : কোনটো জলদ্বীপে মেক্সিকো উপসাগৰ আৰু আটলাণ্টিক মহাসাগৰক সংযোগ কৰে?
উত্তৰ : ফ্ল’ৰিডা।

১১) প্ৰশ্ন : টেলিগ্ৰামৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ : পাভেল ডুৰভ।

১২) প্ৰশ্ন : “ভাৰতীয় নেপোলিয়ন” নামেৰে কাক জনা গৈছিল?
উত্তৰ : সমুদ্ৰগুপ্ত।

১৩) প্ৰশ্ন : বিখ্যাত জাহাজ টাইটানিক ডুব যোৱা সাগৰখনৰ নাম কি?
উত্তৰঃ উত্তৰ আটলাণ্টিক মহাসাগৰ।

১৪) প্ৰশ্ন : চন্দ্ৰত প্ৰথম অৱতৰণ কৰা কোনটো প্ৰাণী?
উত্তৰঃ লাইকা নামৰ এটা কুকুৰ।

১৫) প্ৰশ্ন : ছোৱালীয়ে কেতিয়া নিজৰ ইচ্ছামতে সকলো কাপোৰ খুলি পেলায় ?
উত্তৰঃ গা ধোৱাৰ সময়। (এনে প্ৰশ্ন বিভ্ৰান্তিৰ বাবে সোধা হয়)।

Leave a Comment