কেনেকৈ লিংক কৰিব ৰেচন কার্ডৰ লগত আধাৰ কার্ড ! সম্পূর্ণ পদ্ধতি জানক –

ৰেছন কাৰ্ডৰ সৈতে আধাৰ লিংক বাধ্যতামূলক কৰিছে কেন্দ্ৰই। ৰেচনৰ নামত দেশত চলি থকা দুর্নীতি দূৰ কৰিবলৈকে এই সিদ্ধান্ত লৈছে চৰকাৰে। কিন্তু আম জনতাৰ বহুতেই এতিয়াও নাজানে কেনেকৈ লিংক কৰিব আধাৰ আৰু ৰেচনা চৰকাৰী নিয়ম অনুসৰি অনলাইন আৰু অফলাইন দুটা পদ্ধতিত ৰেছন কার্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰে গ্ৰাহকে।

ইয়াৰ বাবে ৰাজ্যৰ খাদ্য দফতৰৰ অফিচিয়েল ৱেবচাইট অর্থাৎ wbpds.wb.gov.in-ত লগ ইন কৰিব লাগিব। এই ৱেবচাইটত সোমোৱাৰ পাছত আপুনি দেখা পাব আধাৰ ৰেছন লিংকৰ নির্দিষ্ট অপশ্যন পাব !

তাতেই গ্রাহকে গৈ লিখিব লাগিব ৰেছন কাৰ্ডৰ নম্বৰা ইয়াৰোপৰি ৰেজিষ্টাৰ মোবাইল নম্বৰো দিব লাগিব। এই কাম কৰিবলৈ গ’লে কনটিনিউ অপশ্যনত ক্লিক কৰিব লাগিবা ইয়াৰ সৈতে ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা অটিপি আহিবা সেই অটিপি পেষ্ট কৰিলে ৰেছন কাৰ্ড আৰু আধাৰ নম্বৰৰ লিংক অপশ্যন আহিব তাত ক্লিক কৰি লাগিব। এই সম্পূর্ণ কাম অফলাইনতো কৰিব পাৰিব গ্রাহকে।

অফলাইনৰ বাবে ব্যক্তিজনে ৰেছন কাৰ্ডৰ দোকানলৈ যাব লাগিবা তাত ৰেছন কার্ড হোল্ডাৰৰ আধাৰ কাৰ্ডৰ ফটোকপি জমা ল’বা তাৰ সৈতে ৰেছন কাৰ্ডৰ জেৰক্স কপিও জমা ল’বা ইয়াৰোপৰি গ্ৰাহকে জমা দিব লাগিব বেংকৰ পাছবুকৰ ফটো। যিসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক আছে তেন্তে তেওঁলোকে বেংকৰ নথি জমা নিদিলেও হ’বা পৰিয়ালৰ বর্ষীয়ান সদস্যসকলৰ ক্ষেত্ৰত পাছপোর্ট চাইজৰ ফটোসহ নথি খাদ্য দফতৰত গৈ জমা দিব লাগিবা

ইয়াৰ পাছতেই ৰেছন দোকালত প্ৰাৰ্থীৰ বায়মেট্রিক তথ্য সংগ্ৰহ কৰা হ”ব। তাৰপাছতেই যাৱতীয় নথি নিৰ্দিষ্ট দফতৰত গৈ SMS বা ইমেইলৰ মাধ্যমেৰে গ্ৰাহকক জনাই দিব খাদ্য দফতৰে। অফলাইন লিংকৰ ক্ষেত্ৰত কি কি নথি প্রয়োজন চাওক লিষ্টা

১. ৰেচন কাৰ্ডৰ ফটোকপি
২. পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ডৰ ফটোকপি
৩. বেংকৰ পাছবুকৰ কপি
৪. পৰিয়ালৰ বৰ্ষীয়ান সদস্যসকলৰ ২ কপি পাছপোর্ট চাইজ ছবি

Leave a Comment